ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অভিযুক্তক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ

- বৃহস্পতিবাৰে অসমলৈ অনা হ’ব ডব্লিউ যাদৱক।
- পাটিয়ালা হাউছ ক’ৰ্টৰ নিৰ্দেশত অসম আৰক্ষীয়ে ল’লে জিম্মাত।
- ছাত্রীবাৰীৰ ব্যৱসায়ী হত্যাৰ মূল অভিযুক্ত ডব্লিউ যাদৱ।
- ছাত্ৰীবাৰীৰ ব্যৱসায়ী আদেশ যাদৱক কেইমাহমান পূৰ্বে গুলীয়াই হত্যা কৰিছিল।
- এই ক্ষেত্ৰত মূল অভিযুক্ত ডব্লিউ যাদৱ।
- ডব্লিউ যাদৱক ৪ দিনৰ অসম আৰক্ষীৰ জিম্মালৈ প্রেৰণ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/C3UFq4Q
via IFTTT
Comments
Post a Comment