হাটশিঙীমাৰীত নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ, হাটশিঙীমাৰী: বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৪০০০ হেজাৰ WY নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ হয় এজন। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙীমাৰী কলেজ নগৰ চাৰিআলীৰ পৰা খাৰুৱাবান্ধা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
গোপন সূত্ৰৰ পমখেদি খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক । ধৃত সৰবৰাহকাৰী জন ভাৰত বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগা গাঁৱৰ হাশেম আলীৰ পুত্ৰ আছমত আলী বুলি চিনাক্ত কৰা হৈছে । শুকুৰবাৰে ১১ বজাত আদালতত হাজিৰ কৰা হ’ব।
আৰু পঢ়ক: মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইকেৰে খুন্দা মাৰিলে ট্ৰাকত …
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DhWkBGI
via IFTTT
Comments
Post a Comment