মৰিগাঁৱত প্রসাদ খাই শিশুসহ শতাধিক লোক অসুস্থ…

ডিজিটেল ডেস্ক : মৰিগাঁৱৰ মনহা বাৰুকাটা গাঁৱত খাদ্যত বিষক্রিয়া। প্রসাদ খাই শিশুসহ শতাধিক লোক অসুস্থ। ঘটনাটো মৰিগাঁও জিলাৰ বাৰুকাটা গাঁৱত সংঘটিত হৈছে। সেই গাঁৱৰ প্রসন্ন কোঁৱৰ নামৰ লোকজনৰ ঘৰত হৈছিল ভাগৱত পাঠৰ অনুষ্ঠান।
অনুষ্ঠানত আগবঢ়োৱা প্ৰসাদ খাই অসুস্থ হৈ পৰে শতাধিক লোক। অসুস্থসকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/Igp1Xbd
via IFTTT
Comments
Post a Comment