মঙলদৈত জালনোট বনোৱা মেছিন উদ্ধাৰ, গ্ৰেপ্তাৰ ৬ ব্যক্তি…

• মঙলদৈৰ লেঙেৰীপাৰাত এটি বাসগৃহত উদ্ধাৰ জালনোট নিৰ্মাণ কৰা মেছিন ।
• আৰক্ষীয়ে আটক কৰে ৩ যুৱক আৰু ৩ মহিলাক ।
• মেছিনটোৰ সৈতে উদ্ধাৰ এক বৃহৎ পৰিমাণৰ জালনোট ।
• জালনোটৰ উপৰিও আন অনৈতিক কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ ।
আৰু পঢ়ক : গ্ৰেপ্তাৰ হ’ল গোলাপ বৰুৱাৰ গণ সংহাৰৰ সৈতে জড়িত ৮ হত্যাকাৰী…
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/dBJvAcP
via IFTTT
Comments
Post a Comment