কোভিড-১৯ঃ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰো অধিক…

- ভাৰততত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৪,৯০১ জনলৈ বৃদ্ধি।
- বৰ্তমান চিকিতসা প্ৰদান কৰি থকা হৈছে ২৪,৬৭০ গৰাকী লোকক।
- ইফালে মৃত্যু হৈছে ১,১৫৪ গৰাকী লোকৰ।
- দেশত আৰোগ্য লাভ কৰিছে ৯,০৭৪ গৰাকী লোকে।
- দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।
- ১০,৪৯৮ গৰাকী লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত।
The post কোভিড-১৯ঃ মহাৰাষ্ট্ৰত আক্ৰান্তৰ সংখ্যা ১০ হাজাৰো অধিক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3feioRN
via IFTTT
Comments
Post a Comment