আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’

 

ডিজিটেল ডেস্কঃ দেওবাৰে মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুৱা ১১ বজাত মন কী বাত অনুষ্ঠানত আনলক-১ক লৈ দেশবাসীক কিছু আহ্বান জনাব মোডীয়ে।উল্লেখ্য যে, লকডাউনৰ মাজত প্ৰধানমন্ত্ৰীয়ে তৃতীয় বাৰৰ বাবে ৰেডিঅৰ মাধ্যমেৰে দেশবাসীক সম্বোধন কৰিব।

The post আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2XK2Ddg
via IFTTT

Comments