কোৰোনা ভাইৰাছঃ ভাৰতত কিমান আক্ৰান্ত, কিমানৰ মৃত্যু…

- ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,১৭৪জনলৈ বৃদ্ধি।
- ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ১,৪৫,২৭৮ গৰাকী লোক।
- ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৬০,৭০৬ গৰাকী লোক।
- এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৮০,৩৮৭গৰাকী লোকক।
- ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে।
- ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৫২,৬৬৭ গৰাকী লোক।
- মহাৰাষ্ট্ৰত কোৰোনাত মৃত্যু হৈছে মুঠ ১,৬৯৫ গৰাকী লোক।
The post কোৰোনা ভাইৰাছঃ ভাৰতত কিমান আক্ৰান্ত, কিমানৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2X2z47G
via IFTTT
Comments
Post a Comment