বাক্সাত চিকিৎসালয়ৰ পৰা কোৱাৰেনন্টাইনত থকা এজন লোকৰ পলায়ন…

- বাক্সাৰ মুছলপুৰৰ চিকিৎসালয়ৰ পৰা কোৱাৰেনন্টাইনত থকা এজন লোকৰ পলায়ন।
- যোৱা ২৬ এপ্ৰিলত কোৱাৰেনন্টাইন কৰা হৈছিল লোকজনক।
- প্ৰাপ্ত খবৰ অনুসৰি, লোকজনৰ নাম ৰবি বড়ো।
- এই ঘটনাৰ পাছতে বাক্সা চিকিৎসালয়খনত লাগিছে হুৱা-দুৱা।
- লোকজন চিকিৎসালয়ৰ পৰা এনেদৰে অন্তৰ্ধান হোৱাক লৈ অঞ্চলজুৰি চাঞ্চল্য।
The post বাক্সাত চিকিৎসালয়ৰ পৰা কোৱাৰেনন্টাইনত থকা এজন লোকৰ পলায়ন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3d29JzM
via IFTTT
Comments
Post a Comment