দেশত বিগত ২৪ ঘন্টাত কোৰোনাই প্ৰাণ ল’লে ৭৩ গৰাকী ব্যক্তিৰ…

  • দেশত বিগত ২৪ ঘন্টাত কোৰোনাই প্ৰাণ ল’লে ৭৩ গৰাকী ব্যক্তিৰ।
  • এটা দিনতে আক্ৰান্ত দেশত আক্ৰান্ত হ’ল ১,৯৯৩ গৰাকী লোক।
  • ইফালে দেশত আক্ৰান্তৰ সংখ্যাই ৩৫ হাজাৰৰ ঘৰ অতিক্ৰম কৰাৰ কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।
  • দেশত বৰ্তমান কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ৩৫,০৪৩( স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰা মতে)
  • ইয়াৰে চিকিৎসা কৰি থকা হৈছে ২৫,০০৭ গৰাকী লোকক।
  • ১১৪৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ বুলি সদৰী কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।

The post দেশত বিগত ২৪ ঘন্টাত কোৰোনাই প্ৰাণ ল’লে ৭৩ গৰাকী ব্যক্তিৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2WgEHxb
via IFTTT

Comments