গ্ৰেপ্তাৰ নহয় আত্মসমৰ্পনহে কৰিলে দিবন ডেকাই…….

  • দিবন ডেকাক অনা হ’ল গুৱাহাটীলৈ।
  • জি পি সিঙে গৈ নিজেই আনিলে এছ আই কেলেংকাৰীৰ অভিযুক্ত গৰাকীক
  • পাটাছাৰকুছি পৰা দিবনক লৈ অহা হয় কাহিলীপাৰালৈ ।
  • দিবনৰ পত্নীয়ে এখন এম্বুলেঞ্চ যোগে তেওঁক লৈ আহিছিল
  • সমগ্ৰ ঘটনাক লৈ ৰহস্য
  • আত্মসমৰ্পনৰ পিচতে দিবন ডেকাক গ্ৰেপ্তাৰ
  • নিশা ১১ বাজি ৪৫ মিনিটত গ্ৰেপ্তাৰ দিবন ডেকাক
  • দিনৰ পৰাই চলি আছিল যোগাযোগ ।

The post গ্ৰেপ্তাৰ নহয় আত্মসমৰ্পনহে কৰিলে দিবন ডেকাই……. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2G5jv9D
via IFTTT

Comments