সাৱধান! কমা নাই কোৰোনাৰ প্ৰকোপ…

  • বিগত ২৪ঘন্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৪৮হাজাৰ ২৬৮গৰাকী।
  • ৫৫১গৰাকী লোকৰ মৃত্যু হৈছে এই সময়চোৱাত।
  • উল্লেখ্য যে, ভাৰতত ৮১লাখ ৩৭লাখ ১১৯গৰাকী লোক বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হৈছে।
  • বিগত ২৪ঘন্টাত ভাৰতত ৫৯হাজাৰ ৪৫৪গৰাকী লোক সুস্থ হৈ ঘৰলৈ উভটিছে।

The post সাৱধান! কমা নাই কোৰোনাৰ প্ৰকোপ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/35RTHGG
via IFTTT

Comments