পাটাছাৰকুছিৰ প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ মৃত্যু…

- পাটাছাৰকুছি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্ষীয়ান ৰাজনীতিবিদ ভূৱনেশ্বৰ বৰ্মনৰ মৃত্যু।
- তেওঁ এগৰাকী মুক্তি যুঁজাৰুও আছিল।
- পাটাছাৰকুছি সমষ্টিৰ পৰা তেওঁ দুবাৰ কৈ বিধায়ক হৈছিল।
- দীৰ্ঘদিন ধৰি অসুস্থ অৱস্থাত আছিল ৯৭ বছৰীয়া ৰাজনীতিবিদ গৰাকী।
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃত্যু হয়।
The post পাটাছাৰকুছিৰ প্ৰাক্তন বিধায়ক ভূৱনেশ্বৰ বৰ্মনৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TBM0Pk
via IFTTT
Comments
Post a Comment