আজি দায়িত্ব লব ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱাই…

- ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱাই আজি দায়িত্বভাৰ গ্ৰহণ কৰিব।
- ইফালে আজি অন্ত পৰিব বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল।
- ১৯৮৮ বেটছৰ অসম মেঘালয় কেডাৰ জিষ্ণু বৰুৱা।
- বৰ্তমান জিষ্ণু বৰুৱা ৰাজ্যৰ গৃহ,ৰাজনীতি,ৰাজহ আদি কেইবাটাও বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কৰ্মৰত।
The post আজি দায়িত্ব লব ৰাজ্যৰ নতুন মুখ্য সচিব জিষ্ণু বৰুৱাই… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TGWmxa
via IFTTT
Comments
Post a Comment