মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ…

- মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ
- অনিৰ্দিষ্টকালীন অৱৰোধ প্ৰত্যাহাৰ ঘোষণা ৪০ সংগঠনৰ
- অৱৰোধ ঘোষণা কৰিছিল ৪০টা ছাত্ৰ, ব্যৱসায়ী, মটৰ শ্ৰমিক সন্থাই
- মেঘালয় চৰকাৰৰ পত্ৰৰ ভিত্তিত অৱৰোধ প্ৰত্যাহাৰৰ ঘোষণা
- মেঘালয়ত অসমৰ লোকক প্ৰৱেশত বাধাৰ প্ৰতিবাদত ঘোষণা কৰিছিল অৱৰোধ
The post মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ প্ৰত্যাহাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Tyz6Bt
via IFTTT
Comments
Post a Comment