দীপাৱলীত আটচবাজী ফুটালেই ১লাখ টকাৰ জৰিমনা!..

ডিজিটেল ডেস্কঃ আহি থকা দিপাৱলীত সকলো সাৱধান হৈ থাকক। ভুলতো যাতে ব্যৱহাৰ নকৰে যিকোনো আটচবাজী। কিয়নো গ্ৰীণ আটচবাজীৰ বাহিৰে যদিহে অন্য কোনো আটচবাজী ব্যৱহাৰ কৰে তেন্তে ১লাখ টকা পৰ্যন্ত ভৰিব লগা হব জৰিমণা।
প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰিছে এই প্ৰদক্ষেপ। দিল্লী চৰকাৰে ৩ নৱেম্বৰৰ পৰা এই বিষয়ক লৈ আৰম্ভ কৰিব এলানী কেম্পেইন। চৰকাৰে ইতিমধ্যে দিপাৱলীত এই সমগ্ৰ দিশ চোৱাত-চিতা কৰিবৰ বাবে ১১জনীয়া এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে।
The post দীপাৱলীত আটচবাজী ফুটালেই ১লাখ টকাৰ জৰিমনা!.. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TMfzhj
via IFTTT
Comments
Post a Comment