কোৰোনাৰ প্ৰকোপঃ ১১লাখ ৭৩হাজাৰ লোকৰ কাঢ়িছে প্ৰাণ…

ডিজিটেল ডেস্কঃ ভাৰতৰ লগতে ১৮০খন দেশত বৰ্তমানেও অব্যাহত আছে কোৰোনা ভাইৰাছৰ প্ৰকোপ। বৰ্তমানলৈ সমগ্ৰ বিশ্বত ৪.৪৪কোটি লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে ১১.৭৩লাখ লোকৰ প্ৰাণ লৈছে এই কোৰোনাই।
বিগত ২৪ঘন্টাত ভাৰতত ৪৯হাজাৰ ৮৮১গৰাকী লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫১৭গৰাকী ৰোগীয়ে এইসময়টচোৱাত প্ৰাণ হেৰুৱাইছে। উল্লেখ্য যে, ভাৰতত ১,২০,৫২৭গৰাকী ৰোগীৰ প্ৰাণ কাঢ়িছে কোৰোনাই।
The post কোৰোনাৰ প্ৰকোপঃ ১১লাখ ৭৩হাজাৰ লোকৰ কাঢ়িছে প্ৰাণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/37WpIAh
via IFTTT
Comments
Post a Comment