এছ বিত জেৰাত দিবন ডেকাৰ মুখত কাৰ কাৰ নাম….

ডিজিটেল ডেস্ক : আৰক্ষীৰ সৈতে বুজা পৰাৰে দিবন ডেকাই আত্মসমৰ্পন কৰিলে । পাটাছাৰকুছিত আত্মসৰ্পনৰ পূৰ্বে দিবন ডেকাই সাংবাদিকৰ সৈতেও যোগাযোগ কৰিছিল । আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা নিজৰ জিন্মাত লৈ নিশাই লৈ আহে গুৱাহাটীলৈ ।
চতুৰ্থ অসম আৰক্ষী বেটেলিয়নত ৰখা হয় দিবন ডেকাক । তাৰ পিছত তেওক লৈ যোৱা হয় কাহিলীপাৰা বিশেষ শাখা । দিবন ডেকাক আৰক্ষীয়ে মাৰাথান জেৰা চলাইছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। দিবন ডেকা যে এই কেলংকাৰী অন্যতম খলনায়ক এই কথা ধৃত কেইবাজনেও প্ৰকাশ কৰিছে ।লক্ষনীয় হৈছে দিবন ডেকাই আৰক্ষীৰ জেৰাত কাৰ কাৰ নাম লয় ।
The post এছ বিত জেৰাত দিবন ডেকাৰ মুখত কাৰ কাৰ নাম…. appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36nllgv
via IFTTT
Comments
Post a Comment