বিধানসভা নিৰ্বাচনৰ বাবে সাজু APCC

  • বিধানসভা নিৰ্বাচনৰ বাবে সাজু APCC
  • টিকট প্রত্যাশী প্রাৰ্থীৰ আবেদন বিচাৰি জাননী APCCৰ
  • আবেদনৰ বাবে ১০ ফেব্রুৱাৰী অন্তিম দিন নিৰ্ধাৰণ
  • তাৰ পাছতেই আৰম্ভ হ’ব টিকটৰ বাবে প্রাৰ্থী বাছনি প্রক্রিয়া
  • আবেদনকাৰীয়ে জমা দিব লাগিব ৪০,০০০ টকা
  • এই ধন ডিমাণ্ড ড্রাফ্টযোগে জমা দিব লাগিব APCCক
  • ST, SCৰ বাবে সংৰক্ষিত আসনৰ বাবে জমা দিব লাগিব ২০ হাজাৰ টকা
  • মহিলা প্রাৰ্থীয়ে আসনৰ বাবে জমা দিব লাগিব ২৫ হাজাৰ টকা

The post বিধানসভা নিৰ্বাচনৰ বাবে সাজু APCC appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aiVBCq
via IFTTT

Comments