দিল্লীত ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাৰ আঁৰত অসমাজিক শক্তি আছে : ৰাকেশ টিকাইটে

ডিজিটেল ডেস্ক : মঙলবাৰে গণৰাজ্য দিৱসৰ দিনটোতে দিল্লীত কৃষকৰ ট্ৰেক্টৰ পেৰেডত হোৱা হিংসাত্মক ঘটনাৰ আঁৰত কিছুমান অসমাজিক শক্তি আছে এই মন্তব্য প্ৰদান কৰে ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে। তেওঁ লগতে দিল্লী পুলিচৰ কিছুমান কামৰ কাৰনে অসমাজিক শক্তি কৃষকৰ ট্ৰেক্টৰ ৰেলীত যোগদান কৰিছিল আৰু হিংসাৰ সৃষ্টি কৰিছিল ।

এক বিবৃতিত, ভাৰতীয় কৃষক ইউনিয়নৰ নেতা গৰাকীয়ে লগতে অভিযোগ কৰে যে – দিল্লী আৰক্ষীয়ে পেৰেডৰ পূৰ্ব-নিৰ্ধাৰিত পথৰ কিছুমান স্থান ভুল ভাৱে বেৰিকেড স্থাপন কৰিছিল। কৃষকসকলক ভুল পথ প্ৰদৰ্শন কৰাৰ বাবে ইচ্ছাকৃতভাৱে কৰা হৈছিল, সেয়েহে ট্ৰেক্টৰ ৰেলীত কৃষকসকল বিপথগামী হৈছিল।”

The post দিল্লীত ট্ৰেক্টৰ ৰেলীৰ সময়ত হোৱা হিংসাৰ আঁৰত অসমাজিক শক্তি আছে : ৰাকেশ টিকাইটে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3iRWcyI
via IFTTT

Comments