ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ দেহাৱসান
গুৱাহাটী: বিশিষ্ট ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ দেহাৱসান। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মঙলবাৰে ৭৯ বছৰ বয়সত হাতীগাঁৱৰ লখিমীনগৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে ড০ ৰমেশ পাঠকে।
দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাত ভুগি আছিল ড০ পাঠক।
বিশিষ্ট ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
The post ভাষাবিদ-সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ দেহাৱসান appeared first on News Live TV.
from News Live TV https://ift.tt/3a7YPZp
via IFTTT
Comments
Post a Comment