কৃষকৰ প্ৰতিবাদ,দিল্লীত মোতায়েন কৰা হৈছে অধিক সংখ্যক নিৰাপত্তাৰক্ষী…

- দিল্লীৰ সীমাত বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষীৰ সংখ্যা ।
- সিঘু সীমাত অধিক সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন ।
- লালকিল্লাৰ সন্মুখত মোতায়েন কৰা হৈছে অধিক সংখ্যক অৰ্ধসামৰিক বাহিনী ।
- মঙলবাৰে লালকিল্লাত কৃষক সংগঠনে উৰুৱাইছিল পতাকা ।
- লালকিল্লাৰ মেট্ৰ ৰেল ষ্টেচন বন্ধ কৰা হৈছে ।
- জামে মছজিদ মেট্ৰ ষ্টেছনতো বন্ধ কৰা হৈছে যাত্ৰীৰ প্ৰৱেশ ।
- কৃষক ট্ৰেক্টৰ ৰেলীৰ বাবে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে দাখিল কৰা হৈছে ১৫ খন এজাহাৰ ।
The post কৃষকৰ প্ৰতিবাদ,দিল্লীত মোতায়েন কৰা হৈছে অধিক সংখ্যক নিৰাপত্তাৰক্ষী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2MalkVJ
via IFTTT
Comments
Post a Comment