৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী…

- ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুঠ ৫ বাৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী।
- এইবাৰ হ’ব তেওঁৰ নিৰ্বাচনৰ পূৰ্বে দ্বিতীয়টো ভ্ৰমণ।
- বিশাল জনসভাত অংশ লব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
The post ৭ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/36s8SaK
via IFTTT
Comments
Post a Comment