আজি কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন…

  • নগাঁৱত পতাকা উত্তোলন কৰিব- ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • বৰপেটাত পতাকা উত্তোলন কৰিব- সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
  • ডিব্ৰুগড় পতাকা উত্তোলন কৰিব- চন্দ্ৰমোহন পাটোৱাৰীয়ে।
  • মাজুলীত পতাকা উত্তোলন কৰিব- নৱ দলেই।
  • লখিমপুৰত পতাকা উত্তোলন কৰিব- ৰঞ্জিত দত্তই।
  • শিলচৰত পতাকা উত্তোলন কৰিব- পৰিমল শুক্লবৈদ্যই।
  • তিনিচুকীয়াত পতাকা উত্তোলন কৰিব- সঞ্জয় কিষাণে।
  • মৰিগাঁৱত পতাকা উত্তোলন কৰিব- পিয়ুষ হাজৰিকাই।
  • তেজপুৰত পতাকা উত্তোলন কৰিব- কেশৱ মহন্তই।
  • যোৰহাটত পতাকা উত্তোলন কৰিব- অতুল বৰাই
  • গোৱালপাৰাত পতাকা উত্তোলন কৰিব- ফণীভূষণ চৌধুৰী
  • ধুবুৰীত পতাকা উত্তোলন কৰিব- প্ৰমীলাৰাণী ব্ৰহ্ম
  • গোলাঘাটত পতাকা উত্তোলন কৰিব– চন্দন ব্ৰহ্ম
  • বাক্সাত পতাকা উত্তোলন কৰিব- ৰিহন দৈমাৰীয়ে।
  • আমিনগাঁৱত পতাকা উত্তোলন কৰিব- চুম ৰংহাঙে

The post আজি কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3ogGGxK
via IFTTT

Comments