আমেৰিকাত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪,২৬৫জনলৈ বৃদ্ধি

  • আমেৰিকাত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪,২৬৫জনলৈ বৃদ্ধি।
  • ইফালে মুঠ আক্ৰান্ত হৈছে ৯৬০,৮৯৬ গৰাকী লোক।
  • ইয়াৰে ১১৮,১৬২ গৰাকী লোক আৰোগ্য হৈছে।
  • ৭৮৮,৪৬৯ গৰাকী লোকক এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে।
  • ইয়াৰে ১৫,১১০ গৰাকী লোক সংকটজনক অৱস্থাত আছে।

The post আমেৰিকাত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৪,২৬৫জনলৈ বৃদ্ধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2S8hDjf
via IFTTT

Comments