মোৰাদাবাদ ষ্টেচনত ১২ টা ৰে’লৰ ডবাক পৰিৱৰ্তিত কৰা হৈছে আইছ’লেশ্যন কক্ষলৈ

  • কোৰোনা ভাইৰাছৰ এই সংকটৰ সময়ত ৰে’ল বিভাগেও লৈছে বিশেষ পদক্ষেপ।
  • ৰে’লৰ ডবাসমূহ আইছ’লেশ্যন কক্ষলৈ পৰিৱৰ্তিত কৰা হৈছে।
  • পূৰ্বে উত্তৰ পূৰ সীমান্ত ৰে’লৱেয়ে কামাখ্যা ষ্টেচনত আইছ’লেশ্যন কক্ষ স্থাপন কৰিছিল।
  • এতিয়া মোৰাদাবাদ ৰে’লৱে ষ্টেচনতো আইছ’লেশ্যন কক্ষ স্থাপন কৰা হৈছে।
  • ১২ টা ৰে’লৰ ডবাক আইছ’লেশ্যন কক্ষলৈ পৰিৱৰ্তিত কৰা হৈছে।
  • কোৰোনাৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ।

The post মোৰাদাবাদ ষ্টেচনত ১২ টা ৰে’লৰ ডবাক পৰিৱৰ্তিত কৰা হৈছে আইছ’লেশ্যন কক্ষলৈ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cOrt1r
via IFTTT

Comments