ভাৰতত কোৰোনাত এতিয়ালৈকে কিমান লোকে হেৰুৱাইছে প্ৰাণ…

  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩৯ জনলৈ বৃদ্ধি।
  • ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ২৯,৪৫৮ গৰাকী লোক।
  • ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৭,১৩৭ গৰাকী লোক।
  • এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ২১,৩৮২ গৰাকী লোকক।
  • ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৮,৫৯০ গৰাকী লোক।
  • মহাৰাষ্ট্ৰত কোৰোনাত মৃত্যু হৈছে মুঠ ৩৬৯ গৰাকী লোক।

The post ভাৰতত কোৰোনাত এতিয়ালৈকে কিমান লোকে হেৰুৱাইছে প্ৰাণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zzyNzD
via IFTTT

Comments