কোৰোনা ভাইৰাছত বিশ্বৰ কিমান লোক আক্ৰান্ত আৰু কিমানৰ মৃত্যু…

সময়ঃ ২৬ এপ্ৰিল পুৱা ১০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ২,৯২১,৪৩৯

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২০৩,২৮৯

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৫৪,২৬৫

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ৯৬০,৮৯৬

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

  • আমেৰিকাঃ ৫৪,২৬৫ জন।
  • স্পেইনঃ ২২,৯০২জন।
  • ইটালীঃ ২৬,৩৮৪ জন।
  • ফ্ৰান্সঃ ২২,৬১৪ জন।
  • চীনঃ ৪,৬৩২জন।
  • ইৰাণঃ ৫,৬৫০জন।
  • ইংলেণ্ডঃ ২০,৩১৯ জন।
  • বাংলাদেশঃ ১৪০জন।
  • পাকিস্তানঃ ২৬৯জন।
  • নেপালঃ ০ জন।
  • ৰাছিয়াঃ ৬৮১ জন।
  • গ্ৰীচঃ ১৩০জন।
  • জাপানঃ ৩৬০জন।
  • ভাৰতঃ ৮২৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ২৬,৩৮৪জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৮২৬জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা

  • অসমঃ ৩৫
  • মহাৰাষ্ট্ৰঃ ৭,৬২৮
  • তামিলনাডুঃ ১,৮২১
  • দিল্লীঃ ২,৬২৫
  • তেলেংগানাঃ ৯৯০
  • ৰাজস্থানঃ ২,১৪১
  • উত্তৰপ্ৰদেশঃ ১,৭৯৩
  • কেৰালাঃ ৪৫৮
  • অন্ধ্ৰপ্ৰদেশঃ ১,০১৬
  • মধ্যপ্ৰদেশঃ ১,৯৪৩
  • গুজৰাটঃ ৩,০৭১
  • কৰ্ণাটকঃ ৫০০
  • হাৰিয়ানাঃ ২৮৭
  • জম্মু-কাশ্মীৰঃ ৪৯৪
  • পঞ্জাৱঃ ৩০৮
  • পশ্চিমবংগঃ ৬১১
  • বিহাৰঃ ২৫১
  • উত্তৰাখণ্ডঃ ৪৮
  • চণ্ডীগড়ঃ ২৮
  • লাডাখঃ ২০
  • আন্দামান আৰু নিকোবৰঃ ৩৩
  • চত্তীশগড়ঃ ৩৭
  • ঝাৰখণ্ডঃ ৬৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ ১
  • মিজোৰামঃ ১
  • মেঘালয়ঃ ১২

The post কোৰোনা ভাইৰাছত বিশ্বৰ কিমান লোক আক্ৰান্ত আৰু কিমানৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cN38sN
via IFTTT

Comments