ভূটানৰ পৰা খোজেৰে আহি বাক্সাৰ কাউলীত উপস্থিত অসমৰ ১০জন শ্ৰমিক
ল’কডাউনৰ মাজতে ভূটানত কৰ্মৰত অসমৰ ১০জনকৈ শ্ৰমিক পাহাৰ বগাই, নৈ পাৰ হৈ খোজকাঢ়ি আহি দেওবাৰ অসমত উপস্থিত হয়। বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ কাউলীত প্ৰৱেশ কৰা উক্ত শ্ৰমিক কেইজন ভূটানৰ ভাংটাৰৰ কাৱৈ পানীত কৰ্মৰত আছিল। ইয়াৰে ৫ গৰাকী শ্ৰমিকৰ ঘৰ শোণিতপুৰ জিলাত হোৱাৰ বিপৰীতে আন ৫ গৰাকীৰ ঘৰ বাক্সাৰ কাউলীতে। জানিব পৰা মতে তেওঁলোকে পুৱা দেওবাৰে পুৱা […]
The post ভূটানৰ পৰা খোজেৰে আহি বাক্সাৰ কাউলীত উপস্থিত অসমৰ ১০জন শ্ৰমিক appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2xaDZZW
via IFTTT
Comments
Post a Comment