ভাৰতত কোৰোনাত আক্ৰান্ত হৈ ৭৮০ গৰাকী লোকৰ মৃত্যু…

- ভাৰতত কোৰোনাত আক্ৰান্ত হৈ ৭৮০ গৰাকী লোকৰ মৃত্যু।
- আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈ হৈছেগৈ ২৪,৫০৪ গৰাকী।
- আনহাতে আৰোগ্য লাভ কৰিছে ৫,৪৯৬ গৰাকীয়ে।
- বৰ্তমানো চিকিতসা প্ৰদান কৰি থকা হৈছে ১৮,২২৮ গৰাকী লোকক।
- সৰ্বাধিক আক্ৰান্ত হোৱা মহাৰাষ্ট্ৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হল ৬,৮১৭ গৰাকী।
- মৃত্যু হৈছে ৩০১ গৰাকী লোক মহাৰাষ্ট্ৰত।
The post ভাৰতত কোৰোনাত আক্ৰান্ত হৈ ৭৮০ গৰাকী লোকৰ মৃত্যু… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y5EBLI
via IFTTT
Comments
Post a Comment