নাহৰফুটুকীৰ মাংস ‘ভক্ষণ’ কৰা চাৰিজনক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

গোলাঘাট আৰক্ষী বিষয়াই শুকুৰবাৰে জানিবলৈ দিয়ে যে তেওঁলোকে এটা নাহৰফুটুকী বাঘ হত্যা কৰা আৰু ইয়াৰ মাংস ‘ভক্ষণ’কৰা চাৰিজনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনায় যে সৰু নাহৰফুটুকীটো যোৱা ১৭ এপ্ৰিলত হত্যা কৰা হৈছিল আৰু ১৮ এপ্ৰিলত ইয়াৰ অৱশিষ্ট মৃতদেহৰ অংশ উদ্ধাৰ কৰা হৈছিল। যিসকলে বাঘটো হত্যা কৰিছিল তেওঁলোকে ঘটনাটোৰ এটা ভিডিঅ’ বনাইছিল আৰু আৰু আৰক্ষীয়ে ভিডিঅ’টো ছচিয়েল […]

The post নাহৰফুটুকীৰ মাংস ‘ভক্ষণ’ কৰা চাৰিজনক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2yGMbBK
via IFTTT

Comments