কোৰোনাৰ বিৰুদ্ধে যুঁজত সৰ্বাধিক ক্ষতিগ্ৰস্ত আমেৰিকা…

- কোৰোনা ভাইৰাছৰ বাবে সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আমেৰিকা।
- এতিয়ালৈকে দেশখনত মৃত্যু হৈছে ৫৬,৮০৩ গৰাকী লোকৰ।
- ইফালে মুঠ আক্ৰান্ত হৈছে ১,০১০,৫০৭ গৰাকী লোক।
- এতিয়ালৈকে আমেৰিকাত ১৩৮,৯৯০ গৰাকী লোক আৰোগ্য হৈছে।
- নতুনকৈ আমেৰিকাত ১৫১ গৰাকীৰো অধিক লোকৰ দেহত কোৰোনাৰ উপস্থিতিৰ কথা জানিবলৈ পোৱা গৈছে।
- ৮১৪,৭১৪ গৰাকী লোকক আমেৰিকাত বৰ্তমানেও চিকিৎসা কৰি থকা হৈছে।
The post কোৰোনাৰ বিৰুদ্ধে যুঁজত সৰ্বাধিক ক্ষতিগ্ৰস্ত আমেৰিকা… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3aHRIp0
via IFTTT
Comments
Post a Comment