কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যৰ সাংবাদিকলৈ ৫০ লাখ টকাৰ বীমা ঘোষণা মুখ্য মন্ত্ৰীৰ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে নিজৰ জীৱনৰ শংকা নেওচিও কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যখনৰ সাংবাদিকসকলক ৫০ লাখ টকাৰ জীৱন বীমা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। সোমবাৰে এই কথা ঘোষণা কৰি মুখ্য মন্ত্ৰী সোণোৱালে টুইটাৰত লিখিছে: ‘’ফ্ৰন্টলাইনত থকা সাংবাদিকসকলে তেওঁলোকৰ জীৱনৰ শংকা লৈও, সকলো প্ৰতিকূলতাৰ বিৰুদ্ধে সাহসেৰে কোভিড-১৯ৰ বাতৰি যুগুত কৰিছে আৰু তেওঁলোক আমাৰ প্ৰকৃত নায়ক। আমাৰ […]
The post কোভিড-১৯ৰ বাতৰি যুগুত কৰা ৰাজ্যৰ সাংবাদিকলৈ ৫০ লাখ টকাৰ বীমা ঘোষণা মুখ্য মন্ত্ৰীৰ appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/2ScCS3m
via IFTTT
Comments
Post a Comment