ৰাজস্থানত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি উপস্থিত হ’ল গুৱাহাটীত

ৰাজস্থানৰ কোটাৰ পৰা তাত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি আজি পুৱতি নিশা ৩বাজি ১০ মিনিটত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হয়। বাছৰ লগতে আহি উপস্থিত হোৱা যাত্ৰীসকলক কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে উষ্ম আদৰণি জনায়। দলটো আহি উপস্থিত হোৱাৰ সময়ত তাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাও উপস্থিত থাকে। […]

The post ৰাজস্থানত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ দলটো বাছেৰে আহি উপস্থিত হ’ল গুৱাহাটীত appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/3cTA8jo
via IFTTT

Comments