ভাৰতত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২৫ জনলৈ বৃদ্ধি

- ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮২৫ জনলৈ বৃদ্ধি।
- ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ২৬,২৮৭ গৰাকী লোক।
- ভাৰতত এতিয়ালৈকে আৰোগ্য হৈছে ৫,৯৩৯ গৰাকী লোক।
- এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ১৯,৫২৩ গৰাকী লোকক।
- ভাৰতৰ ভিতৰত সৰ্বাধিক কোৰোনাত মহাৰাষ্ট্ৰৰ লোক আক্ৰান্ত হৈছে।
- ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৭,৯২৮ গৰাকী লোক।
- মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৩২৩ গৰাকী লোক।
The post ভাৰতত কোৰোনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮২৫ জনলৈ বৃদ্ধি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/357m8Qn
via IFTTT
Comments
Post a Comment