পশ্চিম কাৰ্বি আংলং জিলাত ১০০০-১৫০০ গাহৰিৰ অস্বাভাৱিক মৃত্যু

  • গাহৰি খাই ভালপোৱা সকলৰ বাবে এক বেয়া খবৰ।
  • পশ্চিম কাৰ্বি আংলং জিলাত গাহৰিৰ অস্বাভাৱিক মৃত্যু।
  • দুৱাৰআমলা পৰিষদীয় সমষ্টিৰ প্ৰায় ১০ খন গাঁৱত সংঘটিত এই ঘটনা।
  • অচিন ৰোগত আক্ৰান্ত হৈ প্ৰতিদিনে মৃত্যু হৈছে গাহৰিৰ।
  • এতিয়ালৈকে বহু গাহৰিৰ হৈছে অকাল মৃত্যু।
  • ১০০০-১৫০০ গাহৰি মৰা বুলি জানিবলৈ দিছে স্থানীয় লোকে।
  • ঋণ লৈ গাহৰি পালন কৰা সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

The post পশ্চিম কাৰ্বি আংলং জিলাত ১০০০-১৫০০ গাহৰিৰ অস্বাভাৱিক মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3cLpdrQ
via IFTTT

Comments