বেডমিন্টনৰ ৭০০ প্ৰশিক্ষকৰ অনলাইন প্ৰশিক্ষণৰ মাজতেই স্ক্ৰীণত ভাহি উঠিল প’ৰ্ণগ্ৰাফী ছবি
অনলাইনৰ জৰিয়তে ৭০০ৰো অধিক প্ৰশিক্ষকক লৈ প্ৰশিক্ষণ চলি থকাৰ মাজতে হঠাতে ঘটিল অথন্তৰ। স্ক্ৰীণলৈ চাই সকলো হতবাক। সকলোৰে লাজত ক’ত মুখ লুকাও অৱস্থা। কিয়নো তেতিয়া প্ৰশিক্ষকৰ স্ক্ৰীণত ভাহি উঠিছিল কিছুমান প’ৰ্ণগ্ৰাফী ছবি। বেডমিন্টনৰ অনলাইন প্ৰশিক্ষণৰ মাজত এইদৰেই শুকুৰবাৰে সৃষ্টি হ’ল এক অস্বস্তিকৰ পৰিস্থিতিৰ। ভাৰতীয় প্ৰশিক্ষক পুল্লেলা গোপীচান্দৰ লগতে এই প্ৰশিক্ষণৰ দায়িত্বত আছিল ইন্দোনেছিয়াৰ প্ৰশিক্ষক আগাছ […]
The post বেডমিন্টনৰ ৭০০ প্ৰশিক্ষকৰ অনলাইন প্ৰশিক্ষণৰ মাজতেই স্ক্ৰীণত ভাহি উঠিল প’ৰ্ণগ্ৰাফী ছবি appeared first on NORTHEAST NOW (Assamese).
from NORTHEAST NOW (Assamese) https://ift.tt/3cMHODT
via IFTTT
Comments
Post a Comment