সুৰা নাপাই ছেনিটাইজাৰ, কফ ছিৰাপ সেৱন কৰি ছাত্ৰৰ মৃত্যু

সুৰা বিচাৰি নাপাই ছেনিটাইজাৰ আৰু কফ ছিৰাপৰ মিশ্ৰম সেৱন কৰাৰ ফলত কৰ্ণাটকৰ ধাৰাৱাড জিলাৰ হয়ছালা নগৰত এগৰাকী ২৯ বছৰীয়া গৱেষক ছাত্ৰৰ মৃত্যু ঘটিছে। বাতৰি অনুসৰি, মৃত ছাত্ৰগৰাকীক উত্তৰ কানাড়া জিলাৰ হন্নাভাড়াৰ বাসিন্দা সুদীপ কাৰিয়ানা বুলি চিনাক্ত কৰা হৈছে। তেওঁ হয়ছালা নগৰৰ এটা ভাড়াঘৰত থাকি ধাৰাৱাডৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগত অধ্যয়ন কৰি আছিল। ধাৰাৱাডৰ আৰক্ষী […]

The post সুৰা নাপাই ছেনিটাইজাৰ, কফ ছিৰাপ সেৱন কৰি ছাত্ৰৰ মৃত্যু appeared first on NORTHEAST NOW (Assamese).



from NORTHEAST NOW (Assamese) https://ift.tt/2zzu1SJ
via IFTTT

Comments