১৩০ কোটি দেশবাসীক সন্মান প্ৰদৰ্শন প্ৰধানমন্ত্ৰী মোডীৰঃ ক’লে, আহক সকলোৱে একেলগে যুঁজ কৰো’…

  • মন কি বাটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দেশবাসীক সম্বোধন।
  • কৃষকসকলক প্ৰশংসা মোডীৰ।
  • ক’লে এই সময়ত সকলো লোকে একেলগে যুঁজ কৰিছে।
  • কৃষকে নিজৰ খেতিৰ সামগ্ৰী দৰিদ্ৰজনক বিতৰণ কৰিছে।
  • ইফালে আন একাংশ লোকে নিজক কামৰ দ্বাৰা লাভ কৰা পুৰস্কাৰ প্ৰধানমন্ত্ৰীৰ কেয়াৰছ ফাণ্ডত দান কৰিছে।
  • ১৩০ কোটি দেশবাসীৰ ভাৱনাক সন্মান প্ৰদৰ্শন।
  • এইসকল লোকে একেলগে কাম কৰিছে।
  • যাৰ বাবে COVIDWARRIORS.GOV.IN যোগে চৰকাৰে ডিজিটেল যুদ্ধ আৰম্ভ কৰিছে।
  • এই পৰ্টেলযোগে বহুলোক লগ লাগিছে।
  • এই প্লেটফৰ্মত স্থানীয় প্লেটফৰ্ম কৰি তুলিছে ৰাইজে।
  • আপোনালোকেও এই ৱেবচাইটযোগে কোভিড- ৱাৰিয়ৰ্ছ হ’ব পাৰে।
  • সকলো পৰিস্থিতিয়েই আমাক কিবা শিকাই যায়।
  • এই সময়ত আপোনালোকৰ মনোবলে নতুনৰ সৃষ্টি কৰিছে।
LIVE #MannKiBaat.

LIVE #MannKiBaat.

Narendra Modi ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಶನಿವಾರ, ಏಪ್ರಿಲ್ 25, 2020

The post ১৩০ কোটি দেশবাসীক সন্মান প্ৰদৰ্শন প্ৰধানমন্ত্ৰী মোডীৰঃ ক’লে, আহক সকলোৱে একেলগে যুঁজ কৰো’… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Y50haA
via IFTTT

Comments