প্ৰথম এঘন্টাত কিমান শতাংশ ভোটদান…

- অসমত পুৱা ৮বজালৈকে ৩.১৫শতাংশ ভোটদান সম্পন্ন।
- লখিমপুৰত পুৱা ৮বজালৈকে ৮ শতাংশ ভোটদান।
- পুৱাৰে ভোটকেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী।
- বিভিন্ন সমষ্টিত প্ৰাৰ্থীসকলেও সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- ইফালে লখিমপুৰৰ গোৱালবাৰী স্কুলৰ ভোটকেন্দ্ৰত ই ভি এম বিকল।
- ধিং আৰু টিয়কৰ চেনীৰামগুৰিত ই ভি এম বিকল হোৱাৰ খবৰ।
- লাহোৱালৰ উজনি হাতীমূৰাত ই ভি এম বিকল।
- আনফালে পুৱাই ভোটধিকাৰ সাব্যস্ত কৰিলে বিহালীত ৰঞ্জিত দত্তই।
- খুমটাইত মৃণাল শইকীয়াই দিলে ভোট।
- বিহপুৰীয়াত কংগ্ৰেছ প্ৰাৰ্থী ভূপেন বৰাৰ ভোটাধিকাৰ সাব্যস্ত।
- বটদ্ৰৱাত আঙুৰলতা ডেকাইয়ো দিলে ভোট।
The post প্ৰথম এঘন্টাত কিমান শতাংশ ভোটদান… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3deEG5k
via IFTTT
Comments
Post a Comment