বুধবাৰে তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…

- বুধবাৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে বুধবাৰে তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব ।
- বিজনীৰ উলুবাৰীত বুধবাৰে পুৱা ১১.৩০ বজাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।
- বুধবাৰে দুপৰীয়া ১ বজাত হাজো সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিব শ্বাহে।
- সোনাপুৰত দুপৰীয়া ২.৪০ মিনিটত এখন জনসভাত অংশগ্ৰহন কৰিব অমিত শ্বাহে ।
The post বুধবাৰে তিনিটাকৈ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3m7tzzd
via IFTTT
Comments
Post a Comment