কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ…

- ৰাজ্যত কোৰোনাৰ সংহাৰ ৰূপ।
- তিনিচুকীয়াৰ এটা গাৰ্লছ হোষ্টেলৰ ৩৫গৰাকী ছাত্ৰী কোৰোনাত আক্ৰান্ত।
- কস্তুৰীবা গান্ধী গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিৱাসত এই কোৰোনা সংক্ৰমণৰ ঘটনা।
- তিনিচুকীয়াৰ বৰডুবিত আছে এই বিদ্যালয়খন।
The post কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3tWfWWq
via IFTTT
Comments
Post a Comment