আজি মুখ্যমন্ত্ৰীকে ধৰি নিৰ্ণয় হ’ব ৬জন মন্ত্ৰীৰ ভাগ্য…

  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীকে ধৰি ৬গৰাকী মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হব।
  • সেইসকল ক্ৰমে মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,
  • বিহালীত মন্ত্ৰী ৰঞ্জিত দত্ত।
  • ঢকুৱাখনাত মন্ত্ৰী নৱ দলে।
  • মাহমৰাত মন্ত্ৰী যোগেন মহন।
  • আৰু তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষাণৰ।
  • কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত।
  • বোকাখাতত মন্ত্ৰী অতুল বৰা।

The post আজি মুখ্যমন্ত্ৰীকে ধৰি নিৰ্ণয় হ’ব ৬জন মন্ত্ৰীৰ ভাগ্য… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3m3LHKA
via IFTTT

Comments