৪৭সমষ্টিত কোন দলৰ কিমান প্ৰাৰ্থী…

  • অসম বিধান সভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৪৭টা সমষ্টিত। ৫ সংসদীয় সমষ্টিৰ অন্তৰ্গত ৪৭টা সমষ্টিৰ ভিতৰত কোন দলে কিমান প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

প্ৰথম পৰ্যায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা দল অনুযায়ী প্ৰাৰ্থীৰ সংখ্যা

  • ভাৰতীয় জনতা পাৰ্টী – ৩৯
  • অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক – ২
  • এআইইউডিএফ – ১
  • অগপ – ১০
  • এজেএম – ২
  • এএছএম(এ) – ৩
  • অজাপ- ৪১
  • বিজিপি – ৪
  • চিপিআই (এম এল-এল) -১
  • নিৰ্দলীয় – ৭৮
  • কংগ্ৰেছ – ৪৩
  • জেডিইউ – ৬
  • এলজেপি – ৪
  • এনচিপি -৫
  • পিজেপি- ২
  • আৰ এলএছ পি – ৩
  • আৰইউচি -৩
  • আৰচিপিআই -১
  • এছইউচিাই ( ইউ)- ৬
  •  ভিপিআই -৮

The post ৪৭সমষ্টিত কোন দলৰ কিমান প্ৰাৰ্থী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3u2eilZ
via IFTTT

Comments