EVMত বুটাম টিপি পঞ্চ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলিঃ ভোটকেন্দ্ৰৰ সমীপত ভোটাৰৰ ব্যতিক্ৰমী প্ৰতিবাদ…

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ ভোটকেন্দ্ৰতো CAA বিৰোধিতা । বিহপুৰীয়া সমষ্টিৰ ভোলাবৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ভোট কেন্দ্ৰত ভোট প্ৰদান কৰিয়েই টাই আহোম যুৱ পৰিষদৰ লখিমপুৰ জিলাৰ উপ সভাপতি ঘনকান্ত গোহাঁই য়ে ললে এক ব্যতিক্ৰমী পদক্ষেপ । গামোচাত লিখিলে – EVM ত বুটাম টিপি পঞ্চ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলি।ভোটকেন্দ্ৰৰ সমীপতে কৰা এনে কাৰ্য ই ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে।

The post EVMত বুটাম টিপি পঞ্চ শ্বহীদ লৈ শ্ৰদ্ধাঞ্জলিঃ ভোটকেন্দ্ৰৰ সমীপত ভোটাৰৰ ব্যতিক্ৰমী প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PvR7ld
via IFTTT

Comments