ভোটদান কৰি ভূপেন বৰাই কি ক’লে…

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিশ খনতকৈয়ো অধিক আসন লাভৰ সম্ভাবনা ব্যক্ত কৰিলে বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ভূপেন বৰাই।সপত্নীক দেওতোলা মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত পুৱাতেই ভোটদান কৰি ভূপেন বৰাই বিজেপিৰ সমালোচনাত সোচ্ছাৰ হ’ল।লগতে বিহপুৰীয়াত ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰি বিপুল ভোটত কংগ্ৰেছক জয়যুক্ত কৰিব বুলি আশা ব্যক্ত কৰে কংগ্ৰেছৰ নেতা গৰাকীয়ে।
The post ভোটদান কৰি ভূপেন বৰাই কি ক’লে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3csQX7c
via IFTTT
Comments
Post a Comment