দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰ’ল-ডিজেলৰ

- দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰল-ডিজেলৰ।
- মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰলত ২৫পইচাকৈ বৃদ্ধি পালে।
- ইফালে ডিজেল প্ৰতিলিটাৰত ৩৫পইচাকৈ বৃদ্ধি পালে।
- এই বৰ্দ্ধিত মূল্যৰ সৈতে দিল্লীত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য হলগৈ ৯০.৮৩টকা।
- বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য হলগৈ ৮১.৩২টকা।
The post দুদিনৰ পিছত পুনৰ দাম বাঢ়িল পেট্ৰ’ল-ডিজেলৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dE28Le
via IFTTT
Comments
Post a Comment