কোৰোনাই ২৪ঘন্টাত প্ৰাণ ল’লে ১১৩গৰাকীৰ…

  • বিগত ২৪ঘন্টাত ভাৰতত ১৬,৭৫২গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ১১হাজাৰ ৭১৮গৰাকী লোক আৰোগ্য হৈছে এই সময়খিনিত।
  • ১১৩গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।
  • ১কোটি ১০লাখ ৯৬হাজাৰ ৭৮১গৰাকী লোক এতিয়ালৈকে ভাৰতত আক্ৰান্ত হৈছে কোৰোনাত।
  • ১কোটি ৪৩লাখ ১হাজাৰ লোকক প্ৰদান কৰা হৈছে ভেকচিন।

The post কোৰোনাই ২৪ঘন্টাত প্ৰাণ ল’লে ১১৩গৰাকীৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dRJvnl
via IFTTT

Comments