বোকাখাতৰ চিআৰপিএফ জোৱান সন্ধানহীন…

- বোকাখাতৰ চিআৰপিএফ জোৱান সন্ধানহীন ।
- সন্ধানহীন জোৱানজন ১ নং বহিখোৱাৰ জয়ন্ত দলে ।
- কৰ্মস্থানৰ পৰা নিজ গৃহলৈ অহাৰ পথত গুৱাহাটীৰ পৰা সন্ধানহীন জোৱানজন ।
- জন্মু কাশ্মীৰৰ শ্রী নগৰত কৰ্মৰত আছিল জোৱানজন ।
- ২২ ফেব্রুৱাৰীৰ পৰাই সন্ধানহীন জোৱানজন ।
The post বোকাখাতৰ চিআৰপিএফ জোৱান সন্ধানহীন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3pOySnt
via IFTTT
Comments
Post a Comment