দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে প্ৰিযংকা গান্ধী…

  • দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে কংগ্ৰেছ নেত্ৰী প্ৰিযংকা গান্ধী।
  • সোমবাৰে অসমত উপস্থিত হবহি প্ৰিয়ংকা গান্ধী।
  • ২মাৰ্চত তেজপুৰত এক ৰেলীত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।
  • উল্লেখ্য যে, এই দুটা দিনত কেইবাখনো জনসভাত অংশ লব প্ৰিয়ংকা গান্ধীয়ে।

The post দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহি আছে প্ৰিযংকা গান্ধী… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dSB1w5
via IFTTT

Comments