ৰাজ্যত পুনৰ ২৪৭৯জন কোভিড পজিটিভ, ৩০জনে হেৰুৱাইছে প্ৰাণ…

কোভিড
  • অসমত পুনৰ ২৪৭৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৩৩০জন গোলাঘাট, ১৯১জন নগাঁৱৰ, ১৮০জন যোৰহাটৰ আৰু ১৭৯জন শোণিতপুৰৰ।
  • ৰাজ্যত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫০৮৪৮৪জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩০৫৩জন লোক।
  • আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ৩০জন লোকৰ মৃত্যু হৈছে।
  • এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৫০৮৮জন লোক।

The post ৰাজ্যত পুনৰ ২৪৭৯জন কোভিড পজিটিভ, ৩০জনে হেৰুৱাইছে প্ৰাণ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/3dxrREt
via IFTTT

Comments